July 20, 2024 5:30 PM

এদিনীয়া ভ্রমণসূচীৰে ৰাছীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত উপস্থিত হয়। শ্ৰী শ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ঝাৰখণ্ড...

July 20, 2024 6:32 PM

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেটত থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তৰ্জাতিক ক্রিকেট ষ্টেডিয়ামত আজি দিনৰ ২ বজাত আৰম্ভ হ’ব। আনহাতে আজি সন্ধিয়া ৭ বজাত একেখন ষ্টেডিয়ামতে হ’বলগীয়া আন এখন খেলত শ্রীলংকা আৰু বাংলাদেশ মুখামুখি হ’ব। যোৱাবাৰৰ বিজয...

July 20, 2024 1:07 PM

সম্পূর্ণতা অভিযানৰ অধীনত জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ লক্ষ্য

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত এই কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে ল...

July 20, 2024 1:04 PM

গোলাঘাট জিলা পশুপালন আৰু পশু চিকৎসা বিভাগৰ বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচী

শেহতীয়া বানত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পশুপালক সকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা আৰু টীকাকৰণ অভিযান অনুষ্ঠিত কৰা হৈছে। বোকাখাট সমষ্টিৰ অন্তৰ্গত ডিফলু পথাৰত কালি গোলাঘাট জিলা পশুপালন আৰু পশু চিকৎসা বিভাগে বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা প্ৰদান কাৰ্যসূচ...

July 20, 2024 1:02 PM

ছেপ্তেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ সম্ভাৱনা

চলিত বছৰৰ ছেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। কালি অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, বৰ্তমানৰ অসম বিধানসভা ২০২১ চন অৰ্থাৎ‍সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা স...

July 20, 2024 12:59 PM

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৭ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন ভাৰতে যোৱা নিশা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃ...

July 20, 2024 12:57 PM

কেন্দ্ৰই চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে কাম কৰি আছেঃ কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, চৰকাৰে বিভিন্ন উদ্যমৰ জৰিয়তে চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আছে৷ তেওঁ চৰকাৰী কাৰিকৰী অভিযন্তা প্রতিষ্ঠানসমূহক নতুন অৱধাৰণাৰ সৈতে আগবাঢ়ি আহিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰলৈ ততালিকে প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যাতে চৰ...

July 20, 2024 12:55 PM

বাংলাদেশত সান্ধ্য আইন আৰু সামৰিক বাহিনী নিয়োগ

বাংলাদেশে দেশজুৰি দেখা দিয়া অশান্ত পৰিস্থিত ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ পাছত সান্ধ্য আইন আৰু সামৰিক বাহিনী নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। শিক্ষাৰ্থীসকলে চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী উত্থাপন কৰাৰ পাছতে দেশখনত হিংসাৰ সূত্ৰপাত হৈছে। প্ৰদৰ্শনকাৰী শিক্ষাৰ্থী আৰু আৰক্ষীৰ মাজত হোৱা সং...

July 20, 2024 12:50 PM

নতুন দিল্লীত কাইলৈৰ পৰা বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন

বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধিৱেশনৰ উদ্বোধন কৰিব। ৩১ জুলাইত অধিৱেশনৰ সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক'ৰ সঞ্চালক প্ৰধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য স...

July 20, 2024 12:46 PM

ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ গভীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত গভীৰ শোকপ্রকাশ কৰিছে। শ্রীমোদীয়ে এটা শোকবার্তাত কৈছে যে, দুখৰ এই ক্ষণত ভাৰত ভিয়েটনামৰ জনসাধাৰণ আৰু নেতৃত্বৰ সৈতে আছে। ভিয়েটনামৰ শাসকীয় কমিউনিষ্ট দলৰ সাধাৰণ সম্পাদক তথা দেশখনৰ শীৰ্ষ নেতা নুয়েন ফু ট্রোঙৰ কালি দেহাৱসান...