August 8, 2024 1:37 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাগৰি বনাঞ্চলিক বিষয়াৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পলৈ আউট ব’ৰ্...

August 8, 2024 1:24 PM

নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব

যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব। মল্লযুদ্ধত বৰ্তি থকা একমাত্র পুৰুষ মল্লযোদ্ধা অমন শ্বেহবাৱাটৰ ওপৰতো ভাৰতীয় খেলপ্ৰেমীসকলৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব। খেলুৱৈগৰাকী আজি বিয়লি প...

August 8, 2024 1:16 PM

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্রকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰ...

August 8, 2024 12:59 PM

ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে। নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা বেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত ...

August 8, 2024 12:58 PM

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ দিগ্বিজয় সিঙে কয় যে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ্মসংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাটো চৰকাৰৰ আগ্ৰাধিকাৰ হোৱা উচিত। তেওঁ কয় যে এইবাৰৰ বাজেটখন মোদী চৰকাৰৰ একাদশ বাজেট আৰু...

August 8, 2024 12:56 PM

views 1

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ কাৰ্যকৰী হৈ পৰিল আৰু বাজেট প্রক্রিয়াও সম্পূৰ্ণ হ'ল। বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দি বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে, কৰ আৰোপৰ ক্ষ...

August 8, 2024 12:12 PM

আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত

অসমত হোৱা আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কালি বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। পশ্চিমবংগৰ আলুসমূহ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত দেখা দিয়...

August 8, 2024 12:08 PM

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত

ৰাজ্য চৰকাৰৰ উদ্যোগত তথা বন বিভাগৰ সহযোগত ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে এজুপি গছ মাৰ নামত শ্ল'গানেৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে। ১ৰ পৰা ১৫ আগষ্টলৈকে চলা এই কাৰ্যসূচীৰ অংশস্বৰূপে কালি যোৰহাটত পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ...

August 8, 2024 12:05 PM

ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী

ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী হৈছে। কালি কলম্বোেত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত শ্রীলংকা ১১০ ৰানত জয় হয়। প্ৰথমে বেটিং কৰা শ্ৰীলংকাই আৱিস্কা ফার্নাণ্ডোৰ ৯৬ আৰু কুশল মেণ্ডিছৰ ৫৯ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰ...

August 7, 2024 8:15 PM

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিত...