August 27, 2024 7:13 PM

অহা ২ ছেপ্তেম্বৰৰ পৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান

বিজেপিয়ে অহা ২ ছেপ্তেম্বৰত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে কয় যে, বৰ্তমানৰ সকলো সদস্যই নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্তেম্বৰত দলৰ সভাপতি জে পি নাড্ডাৰ পৰা সদস্য পদ লা...

August 27, 2024 7:10 PM

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

তিনিচুকীয়া বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সমাজৰ প্রতি জ্যেষ্ঠ নাগৰিকৰ কৰ্তব্য শীর্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনা সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, চিন্তাবিদ...

August 27, 2024 7:09 PM

যোৰহাট জিলাত কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন

যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হ'লে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধী...

August 27, 2024 7:07 PM

অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এইবাৰৰ ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱসৰ গুৱাহাটীত হ'বলগীয়া কেন্দ্ৰীয় কার্যসূচীত অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু অলিম্পিয়ান হকী খেলুৱৈ অনুৰাধা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।...

August 27, 2024 7:06 PM

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৰ অধীনত অধ্যাদেশখন দাখিল কৰে।

August 27, 2024 7:05 PM

এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও দল-সংগঠনে এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰ সংস্থাপনৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা বুলি প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ, আম আদমী পাৰ্টীৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলেও বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আজি চহৰখনৰ...

August 27, 2024 7:01 PM

পৰম্পৰাগত ৰীতি নীতিৰে বৰপেটা সত্ৰত আজি নন্দোৎসৱ পালন

বৰপেটা সত্ৰত আজি পৰম্পৰাগত ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছৰ দিনটো নন্দোৎসৱ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰৰ চোতালত শিশুসকলে তেল মিহলি বোকা খেল খেলি আনন্দ প্ৰকাশ কৰে। আনহাতে সত্ৰৰ ৰীতি অনুসৰি পুৱাৰ গীত, ভটিমা গাই, বন্তি প্ৰজ্বলন, নাম প্ৰসংগত চৰণ, যুগল, পটল আৰু শিশু লীলাৰ ঘোষা গোৱা হয়। উ...

August 27, 2024 7:00 PM

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে, সময়মতে আগবঢ়োৱা চিকিৎসা সাহায্যৰ বাবে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ শতাংশ হ্রাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

August 27, 2024 6:25 PM

আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন- জনসাধাৰণকেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ড০ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে ২০২৩ আৰু ২০২৪...

August 27, 2024 6:55 PM

হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তা...