June 1, 2024 8:41 PM

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যাথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্রাকৃতিক বিপর্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহাৰ্য প্ৰয়াসৰ সফল্য কামনা কৰে আৰু শীঘ্ৰে...

April 7, 2024 12:40 PM

পশ্চিমবংগৰ মেদনিপুৰ জিলাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলৰ ওপৰত হোৱা আক্ৰমণক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰক বিজেপিৰ তীব্র সমালোচনা

বিজেপিয়ে পশ্চিমবংগৰ মেদনিপুৰ জিলাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলৰ ওপৰত হোৱা আক্ৰমণক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্র ছেহজাদ পুনেৱালাই ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি দিনক দিনে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। ২০২২ চনত বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্তত বাধা সৃষ্টি কৰা আৰু এই ঘটনাৰ সৈতে জড়িত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে মমতা বেনাৰ্জী চৰকাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিষয়াসকলৰ ওপৰত হোৱা এই আক্ৰমণ...

April 3, 2024 8:23 PM

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি মাউণ্ট ঋণক আৰোহণ কৰি উদয় কুমাৰৰ ইতিহাস

♦ ৯১ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও পশ্চিমবংগৰ উদয় কুমাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনে সাহস আৰু দৃঢ়তাৰ অতুলনীয় নিদৰ্শন দাঙি ধৰি পশ্চিম ছিকিমৰ ১৬,৫০০ ফুট উচ্চতাৰ মাউণ্ট ঋণক আৰোহণ কৰি ইতিহাস ৰচিছে।