August 12, 2024 8:02 PM

নেপালৰ বিদেশ মন্ত্ৰী ডº আৰ্দ্ৰ ৰাণা দেওবাক সাক্ষাৎ বিদেশ সচিব বিক্রম মিশ্রীৰ

বিদেশ সচিব বিক্রম মিশ্রীয়ে আজি কাঠমাণ্ডুত নেপালৰ বিদেশ মন্ত্ৰী ডº আৰ্দ্ৰ ৰাণা দেওবাক সাক্ষাৎ কৰে। তেওঁলোকে দুয়োখন দেশৰ পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক বিষয়সমূহ আলোচনা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত ভাৰত-নেপাল দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ উপায়সমূহৰ বিষয়েও চিন্তা-চৰ্চা কৰে। শ্ৰীমিশ্ৰীয়ে নেপালৰ বিদেশ সচিব ছেৱা লামছালকো সাক্ষাৎ কৰি ভাৰত-নেপাল সহযোগিতাৰ সুস্থিৰ বিকাশক আগুৱাই লৈ যোৱাৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালে সভ্যতা আৰু সংস্কৃতিৰ দিশত বহু পুৰণি সংযোগ বহন কৰি আহিছে। দ...