May 22, 2024 8:32 PM

তেহৰানত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, ইৰানৰ কৰ্তৃপক্ষৰ আদৰণি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক আজি তেহৰানত উপস্থিত হোৱাৰ পাছত ইৰানৰ কৰ্তৃপক্ষই আদৰণি জনায়। শ্রীধনখড়ে অলপতে মৃত্যু হোৱা ইৰানৰ ৰাষ্ট্ৰপতি চৈয়দ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী ড০ হোছেইন আমীৰ আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে চৰকাৰীভাৱে আয়োজিত এটা অনুষ্ঠানত দেশক প্রতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে যোৱা ১৯ মে’ত আকাশমার্গত সংঘটিত এটা দুৰ্ঘটনাত দেশখনৰ নেতা দুগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে ই...