July 17, 2024 10:17 AM
ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক-শিক্ষয়িত্ৰীৰ স্ব-মনোনয়নৰ সময়-সীমা বৃদ্ধি
২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স্ব-মনোনয়নৰ বাবে নাম পঞ্জীয়নৰ সময়-সীমা বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে। আবেদনকাৰীসকলে ২১ জুলাইৰ ভিতৰত সম্পূৰ্ণ স্ব- মনোনয়ন লাগিব। কৰিব শিক্ষা মন্ত্ৰালয়ৰ দাখিল nationalawardstoteachers.education.gov.in পোৰ্টেলৰ জৰিয়তে ২৭ জুনৰ পৰা আবেদন আহ্বান কৰা হৈছিল। শিক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এই বছৰ তিনিটা পৰ্যায়ত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে ৫০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বাছনি কৰা হ'ব। ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ বিজ্ঞা...