September 26, 2024 10:32 AM

স্বচ্ছতা হি সেৱা অভিযানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত চলিত বৰ্ষৰ স্বচ্ছতা হি সেৱা অভিযানত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনত আলোকপাত কৰে। তেওঁ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ বহন ক্ষমতাৰ বাবে মন্ত্ৰ্যালয়ৰ বিষয়াসকলক শপত বাক্য পাঠ কৰোৱায়। এক পেড় মা কে নাম উদ্যমৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সূচনা ভৱনত এটি গছপুলি ৰোপন কৰে আৰু পৰিৱেশৰ প্ৰতি থকা ব্যক্তিগত দায়িত্বত আলোকপাত কৰি মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত গছপুলি বি...

September 16, 2024 7:11 PM

কাইলৈ স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ দেশত স্বচ্ছতাই সেৱা অভিযান-২০২৪ আৰম্ভ হ’ব

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ কাইলৈ দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হব। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। এই উপলক্ষে আজিও বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে আজি শপত গ্রহণ কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে মহাপ্ৰৱন্ধকৰ পৰিচালনা...