September 3, 2024 6:18 PM

ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি দক্ষিণ আফ্ৰিকাৰ নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা

দক্ষিণ আফ্ৰিকাই ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি নতুন ভ্রমণ আঁচনি টি টি ও এছ ঘোষণা কৰিছে ৷ দেশখনৰ গৃহ পৰিক্ৰমা বিভাগে কৈছে যে, এই আঁচনিখন অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব। ভিছা ব্যৱস্থাৰ সংশোধন আৰু পৰ্যটন খণ্ডত কৰ্মসংস্থান বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য। টি টি এছ এ দক্ষিণ আফ্রিকাক জনপ্রিয় পর্যটন স্থলী হিচাপে বিশ্বৰ দ্বিতীয় আৰু পঞ্চম বৃহৎ অর্থনীতিৰ দেশ দুখনে গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ আঁতৰ কৰাত সহায়ক হ'ব। চৰকাৰৰ মতে দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যোৱা আন্ত...

June 1, 2024 12:55 PM

দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে

দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি প্ৰকাশ পোৱা নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি শাসনাধিষ্ঠিত আফ্রিকান নেচনেল কংগ্ৰেছ ANC দল সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হৈছে। দেশখনৰ ৯ খন প্ৰদেশত হোৱা ৯০ শতাংশৰো অধিক ভোট গণনাৰ পাছত ANC-এ মাত্র ৪১ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে। গণতান্ত্রিক মিত্রজোঁটে ২১ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ এম কে দলে ১৩ শতাংশ ভোট লাভ কৰিছে। উল্লেখযোগ্য যে, বর্ণবৈষম্যৰ পৰিসমাপ্তিৰ পিছৰে পৰা বিগত ৩০...