August 24, 2024 9:18 PM

ছিংগাপুৰত সোমবাৰে ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি ঘূৰণীয়া মেজমেল

ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি ঘূৰণীয়া মেজমেল ছিংগাপুৰত সোমবাৰে অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল আৰু ৰে'ল, তথ্য প্ৰযুক্তি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। ভ্রমণ কালত মন্ত্ৰী কেইগৰাকীয়ে ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ, বিদেশ, ৰে'ল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব আৰু দেশখনৰ নেতৃবৰ্গক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ভাৰত-ছিংগাপুৰ ...