September 4, 2024 11:53 AM
মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মহাৰাষ্ট্ৰৰ লাটুল জিলাৰ উদগীৰত বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি কৰিব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্রী একনাথ সিন্দে, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰ উপস্থিত থাকিব। ৰাষ্ট্ৰপতিয়ে লগতে শাসন অপল্যা দাৰি আৰু মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী সকলকো সাক্ষাৎ কৰিব । ৰাষ্ট্ৰপতি মুমু নাদেড়ৰ টৰ্ট ছচখণ্ড শ্ৰী হুজুৰ শ্বাহিদ গুৰুদ্বাৰো পৰিদৰ্শন কৰিব। শ্ৰীমুর্মু তিনি-দিনীয়া...