September 5, 2024 8:20 PM

ভাৰত-ছিংগাপুৰৰ মাজত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ভাৰতৰ এক্ট ইষ্ট নীতিয়ে প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়...

September 5, 2024 6:17 PM

ভাৰত আৰু ছিংগাপুৰৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্রযুক্তি আৰু অৰ্ধপৰিবাহীৰ অৰ্থ ব্যৱস্থাৰ সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে সংহত কৌশলগত সহযোগিতাক অধিক ত্বৰান্বিত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ভাৰতৰ এক্ট ইষ্ট নীতিয়ে গুৰুত্বপূৰ্ণ প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছিংগাপুৰত অ...

September 4, 2024 7:42 PM

ব্রুনেইৰ সফল ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী ছিংগাপুৰৰ লিয়ন চহৰত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেইৰ সফল ভ্রমণ সামৰি আজি বিয়লি ছিংগাপুৰৰ লিয়ন চহৰত উপস্থিত হয়। শ্রীমোদী প্রধানমন্ত্রী লৰেন্স ৱঙৰ আমন্ত্রণমৰ্মে দেশখনলৈ গৈছে। ছিংগাপুৰৰ গৃহমন্ত্ৰী গৃহ পৰিক্ৰমা আৰু আইন মন্ত্ৰী কে ছনমুগমে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। প্রধানমন্ত্ৰী হোটেলত উপস্থিত হোৱাৰ সময়ত দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁক বিপুলভাৱে আদৰণি জনায়। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে শ্রীমোদীৰ সন্মানার্থে ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰিছে। দুয়োগৰাকী নেতাই কাইলৈ ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশল...