June 22, 2024 1:33 PM

নতুন দিল্লীত আজি শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পর্কক নতুন গতি প্ৰদানৰ উদ্দেশ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিব। ভাৰত আৰু বাংলাদেশে বিভিন্ন বিষয়ত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব। শ্ৰীমতী হাছিনাই আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক দেখা কৰাৰ কথা আছে। বিদেশ মন্ত্রী ডº এছ জয়শংকৰে কালি দুদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত অভ্যাগত প্রধানমন্ত্ৰী...

June 19, 2024 12:30 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনামৰ্মে তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে যুটীয়াভাৱে দেশৰ ১২খন ৰাজ্যত গ্ৰহণ কৰা কৃষি সখী কাৰ্যসূচীৰ অধীনত এক কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিছে। কৃষি ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক প্ৰাপ্য মর্যদা প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ দুয়োটা মন্ত্ৰ্যালয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কৃষি মন্ত্ৰালয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনামৰ্মে তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে। এই মহিলাসকলক কৃষি সখী...

June 18, 2024 7:42 PM

ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু দেশৰ কৃষকসকলৰ আয় বৃদ্ধিৰ বিষয়টো তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় হৈ থাকিব। উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত এটা অনুষ্ঠানত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে প্রায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দি শ্ৰীমোদীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ লগতে কৃষি সখী হিচাপে আত্মসহায়ক গোটৰ ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণ...

June 18, 2024 11:26 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ অন্তৰ জয় কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখনে আগ্ৰহেৰে বাট চাই আছে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্ৰীমোদীৰ প্ৰথমটো বাৰাণসী ভ্ৰমণ। আজি সন্ধিয়া কাশীত উপস্থিত হোৱাৰ পাছত তেওঁ বাৰাণসীৰ মেহন...

June 15, 2024 2:26 PM

ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সহযোগিতাৰেহে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰা যায়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ল'বেল ছাউথ অৰ্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায়ী সদস্য পদ প্ৰদান কৰাটো দেশৰ বাবে গৌৰৱৰ কথা। শ্রীমোদীয়ে কয় যে, ভাৰতে ২০৭০ বৰ্ষলৈকে শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতৰ মিছন লাইফৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব ...

June 14, 2024 5:38 PM

ইটালীৰ অপুলীয়াত প্রধানমন্ত্ৰী মোডীয়ে G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেল'নিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীৰ্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্রকাশ কৰা দ...

June 14, 2024 11:39 AM

ইটালীৰ অপুলীয়াত আজি হ’বলগীয়া জি-ছেভেন আউটৰীচ শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া জি-ছেভেন আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্রহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেলনিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীর্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱা হৈছে। প্রধানমন্ত্রী মোডীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্রকাশ ক...

June 13, 2024 7:25 PM

ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধঃ মোডী

ভাৰতে ইটালীৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। কাইলৈ হবলগীয়া জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে এটা বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে তৃতীয়টো শাসন কালত প্ৰথম বাৰৰ বাবে তেওঁ ইটালীলৈ ৰাওনা হ'ব। আনহাতে, ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেলনিৰ যোৱা বছৰত দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে ...

June 10, 2024 7:03 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্ৰায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ'ব। শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ...

June 10, 2024 7:59 PM

কাৰ্যভাৰ গ্ৰহণৰ পাছত নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন কৰে। তেওঁ কয় যে বিগত ১০ বছৰে তেওঁ প্ৰধানমন্ত্রী কার্যালয়ক উন্নয়নৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ কয় যে তৃতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণে তেওঁৰ নেতৃত্বৰ চৰকাৰক অৰ্পন কৰাৰ দায়িত্ব তেওঁৰ দায়বদ্ধতা বৃদ্ধি কৰাৰ লগতে দেশক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ সংকল্পক শক্তিশালী কৰি তুলিছে। দেশৰ চৰকাৰৰ অৰ্থ সামৰ্থ, সমৰ্পণ আৰু সংকল্পৰ নতুন শক্তি বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। তে...