July 6, 2024 5:55 PM

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ লগতে কয় যে, মাতৃ ভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব। গৃহমন্ত্রী অমিত শ্বাহে কয় যে, যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ড০ শ্যামাপ...

July 4, 2024 8:22 PM

৮ জুলাইত প্রধানমন্ত্ৰী মোদীৰ ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ জুলাইত ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্রহণ উদ্দেশ্যে শ্রী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম্প্রতিক আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থৰ্জৰিত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। তাৰ পাছত প্ৰধানমন্ত্রী মোদী ৯ জুলাইত অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। এয়া হ'ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ...

July 4, 2024 2:50 PM

স্বামী বিবেকানন্দৰ মৃত্যু তিথি উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ মৃত্যু তিথি উপলক্ষে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে, স্বামী বিবেকানন্দৰ শিকনিসমূহে লক্ষ লক্ষ জনসাধাৰণক সাহস প্রদান কৰি আহিছে। তেওঁ কয় যে, স্বামী বিবেকানন্দৰ গভীৰ জ্ঞান আৰু জ্ঞান আহৰণৰ প্ৰতি থকা নিৰন্তৰ প্ৰয়াস অতি প্ৰেৰণাদায়ক। প্রধানমন্ত্রী মোদীয়ে সমৃদ্ধিশালী আৰু উন্নত সমাজ গঢ়াৰ প্ৰতি স্বামী বিবেকানন্দই দেখা সপোন বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰে।

July 3, 2024 1:14 PM

ৰাজ্যসভাত আজি প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব । ইয়াৰ পূৰ্বে লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত ৰখা হয়। নিম্ন সদনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ প্ৰতি ধন্যবাদসমুক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই এই কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয় যে অধিবেশনৰ সময়ছোৱাত ১০৩ শতাংশ কার্য সম্পন্ন হয়। এই অধিবেশনত মুঠ ৫৩৯ গৰাকী সাংসদে শপত গ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখয...

July 2, 2024 7:44 PM

এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ প্রধানমন্ত্ৰী মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। নতুন চৰকাৰ গঠন হোৱাৰ পাছত এন ডি এৰ সংসদীয় দলৰ প্ৰথমলানি বৈঠকক সম্বোধন কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰীয়ে এন ডি এৰ সকলো সাংসদক ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ কৈছে। শ্ৰী ৰিজিজুৱে কয় যে বৈঠকত প্রধানমন্ত্ৰীয়ে দল নির্বিশেষে প্রত্যেকগৰাকী সাংসদক দেশৰ ...

July 2, 2024 7:09 PM

উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক সমৰ্থন কৰি লোকসভা নিৰ্বাচনত এই চৰকাৰকে পুনৰবাৰ শাসনালৈ আনিছে। প্রধানমন্ত্ৰীয়ে কাইলৈ ৰাজ্যসভাক সম্বোধন কৰিব। ইপিনে, লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ...

June 28, 2024 12:07 PM

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্রীমোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান...

June 27, 2024 8:24 PM

সংসদ ভৱনত বিহাৰ জনতা দলৰ সাংসদৰ প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

বিহাৰৰ জনতা দলৰ সাংসদৰ এটা প্ৰতিনিধি দলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বার্তা যোগে শ্রীমোদীয়ে কয় যে, বিহাৰত বিজেপি আৰু J D U ই একেলগে দুৰ্বল শাসন, দুৰ্নীতি আৰু অপৰাধীকৰণৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ লগতে যে, মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বই বিহাৰক উন্নয়নৰ পথত লৈ গৈছে আৰু সুশাসনৰ বাবে দুয়োপক্ষই একেলগে কাম কৰি যাব।

June 24, 2024 5:57 PM

অষ্টাদশ লোকসভা অধিবেশন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অষ্টাদশ লোকসভা অধিবেশন আজি বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে দেশৰ সেৱা কৰিবলৈ আৰু জনসাধাৰণৰ আশা- আকাংক্ষা পূৰণ কৰিবলৈ পূর্ণগতিত প্রয়াস চলাব। অধিবেশন আৰম্ভ হোৱা পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, কিন্তু দেশ চলাবলৈ দেশৰ সহমতৰ অতি প্রয়োজন। তেওঁ কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ সৈতে সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰি ক্ষিপ্ৰ গতিত সিদ্ধান্ত গ্ৰহণ কৰি খোজে। প...

June 22, 2024 1:25 PM

যোগে ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, যোগ ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে। যুৱ প্ৰজন্মই যোগ অভ্যাসৰ সত্ৰত প্ৰৱল আগ্ৰহেৰে অংশগ্ৰহণ কৰাটো আনন্দৰ কথা বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যম যোগে কয় যে, সমগ্ৰ বিশ্বতে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে ব্যাপক পৰিসৰত উদযাপিত হৈছে। তেওঁ লগতে যোগৰ প্ৰসাৰৰ বাবে ব্যক্তি তথা সংস্থা আৰু সম্প্রদায়সমূহক ধন্যবাদ জ্ঞাপন কৰে। যোগাভ্যাসক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰি থক...