September 11, 2024 5:56 PM
অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক আঁচনি মুকলি
কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰৰ ভিতৰত সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি বাসগৃহ নিৰ্মাণ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ সম্প্ৰসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক এই আঁচনিখন আনুষ্ঠিকভাৱে মুকলি কৰিব। একেদিনাই প্রধানমন্ত্রীয়ে গৃহ অনুমোদন, ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য প্ৰদান আৰু সম্পূৰ্ণ হৈ উঠা ২৬ লাখ PMAY-Gৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানতো অংশগ্রহণ কৰিব। তদুপৰি এই আ...