May 27, 2024 12:29 PM

প্রধানমন্ত্ৰীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে বুলি যোগী আদিত্যনাথৰ প্ৰকাশ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। মির্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিংকি কোলৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে, বিগত ১০ বছৰত ভাৰতে ইয়াৰ সীমান্ত অঞ্চলসমূহ সুৰক্ষিত কৰি তুলিছে আৰু উন্নয়নৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সব...

May 19, 2024 9:10 PM

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ জামছেদপুৰত  নিৰ্বাচনী প্ৰচাৰ

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰত দলৰ প্ৰাৰ্থী বিদ্যুৎ বৰণ মাহাতোৰ হৈ প্ৰচাৰ চলায়। এইবাৰৰ লোকসভা নির্বাচনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত শক্তিশালী কৰি তুলিব বুলি শ্রী মোদীয়ে দাবী কৰে। তেওঁ দেশৰ উন্নয়নৰ বাবে ব্যৱসায়ীসকল অতিকে গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে। এই প্ৰসংগত কংগ্ৰেছক তীব্র সমালোচনা কৰি শ্ৰীমোদীয়ে বিৰোধী দলটোৱে ব্যৱসায়ী সম্প্রদায়ক দেশৰ শত্ৰু হিচাপে গণ্য কৰে বু...

May 19, 2024 12:58 PM

পশ্চিমবংগৰ কেইবাখনো নির্বাচনী সভাত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  প্ৰচাৰ অভিযান

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ আজি দুপৰীয়া পুৰুলীয়া লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বিয়লি শ্রীমোদীয়ে বাৰুকা জিলাৰ বিষ্ণুপুৰ আৰু মেডিনিপুৰ লোকসভা সমষ্টিৰ খড়গপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইপিনে এইবাৰৰ সাধাৰণ নিৰ্বাচন স্বজনপ্রীতি তথা পক্ষপাতিত্বৰ মানসিকতা আৰু দেশক দুৰ্বল কৰিব বিচৰা শক্তিসমূহক পৰাস্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা বুলি শ্ৰী মোদীয়ে কালি মতপ্রকাশ কৰিছে...

May 12, 2024 8:34 PM

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আৱণ্টন বৃদ্ধি কৰা হৈছেঃ জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আৱণ্টন বৃদ্ধি কৰাৰ লগতে অনুসূচিত জনজাতিৰ শিক্ষার্থীসকলক বৃত্তি প্রদান কৰা হৈছে। আজি পশ্চিমবংগৰ আৰামবাগ লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ সমৰ্থনত হুগলীৰ পাৰচুৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে এইদৰে কয়। তেওঁ কয় যে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ঠাই বংগত বর্তমান তৃণমূল কংগ্ৰেছৰ শাসনত শিক্ষা ব্যৱস্থাৰ মান নিম্নগামী হৈছে। ৰাজ্যখনত সংঘটিত শিক্ষক নিযুক্তিৰ কে...

May 12, 2024 7:22 PM

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ হুগলীত নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দেশৰ বিভিন্ন ঠাইত ভিন ভিন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আমবাগ লোকসভা সমষ্টিৰ এন ডি এ প্রার্থীগৰাকীৰ হৈ নির্ব...

May 12, 2024 6:43 PM

বিগত ১০ বছৰত বিজেপি চৰকাৰে দুখীয়ালোকৰ সবলীকৰণ আৰু সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছেঃ নৰেন্দ্ৰ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে দুখীয়াসকলৰ সবলীকৰণ আৰু এনে লোকসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ইংৰাজী ভাষাৰ এখন দৈনিক বাতৰি কাকতত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিশ্বক দেখুৱাই দিছে যে প্ৰতিগৰাকী নাগৰিকৰ সবলীকৰণ আৰু তেওঁলোকক সাফল্যৰ বাবে প্ৰয়োজনীয় সম্পদ যোগান ধৰাই প্ৰকৃত প্রগতি। যোৱা ১০ বছৰত দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হোৱা বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে । শ্রীমোদীয়...

May 7, 2024 9:10 PM

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণৰ প্ৰতি থাকিবলগীয়া আগ্ৰহ হেৰুৱাই পেলাইছে বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। ভাষণ প্ৰসংগত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰে যোৱা ১০ বছৰত সমাজৰ দুৰ্বল শ্ৰেণী, জনজাতি, কৃষক আৰু মহিলাসকলৰ বাবে গ্রহণ কৰা বিভিন্...

May 6, 2024 12:07 PM

অযোধ্যাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অযোধ্যাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সুগ্ৰীৱ কিলাৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰামলালাৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে। Read More :  নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী  কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰা হ’ব  চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ  চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প...

May 1, 2024 8:38 PM

বিজেপি চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। গুজৰাটৰ বানাচকাণ্ঠাৰ দিছাত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে ভাৰতবৰ্ষক বিশ্বৰ তিনিটা শীৰ্ষৰ অৰ্থ ব্যৱস্থাৰ অন্যতমৰূ...

May 1, 2024 11:56 AM

প্রধানমন্ত্ৰী তথা বিজেপি  নেতা নৰেন্দ্ৰ মোদীয়ে জীৱিত থকালৈকে সম্প্ৰদায়ৰ ভিত্তিত অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ অন্য বৰ্গলৈ হস্তান্তৰ হ’বলৈ নিদিয়ে

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ জীৱিত থকালৈকে সম্প্ৰদায়ৰ ভিত্তিত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ অন্য বৰ্গলৈ হস্তান্তৰ হ'বলৈ নিদিয়ে। তেলেংগানাৰ জহিৰাবাদ সংসদীয় সমষ্টিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছ ভোটবেংকৰ ৰাজনীতি, তোষামোদৰ ৰাজনীতি, মিথ্যাচাৰ আৰু স্বজন তোষণৰ বাবে জনাজাত। শ্রীমোদীয়ে লগতে কয় যে দেশৰ সংবিধান তেওঁৰ বাবে ধাৰ্মিক গ্রন্থ আৰু তেওঁ সকলো উপলক্ষতে সংবি...