September 18, 2024 12:31 PM

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এলেকা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হয়। এই অনুসৰি আজিৰে পৰা অহা ২০ ছেপ্তেম্বৰলৈকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যক্তিগত তথা ৰাজহুৱা দল সংগঠনৰ খচৰা সম্পৰ্কীয় আবেদন গ্ৰহণ কৰা হ'ব। কাইলৈ ৰাজনৈতিক দলসমূহৰ সৈতে খচৰা তালিকা সম্পর্কে আলোচনা কৰা হ'ব। ২২ ছেপ্তেম্বৰৰ পৰা ২৫ ছেপ্তেম্বৰলৈ খচৰা তালিকা সম্পৰ্কে ওজৰ-আপত্তি আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে ২৭ ছেপ্তেম্বৰত পঞ্চায়তৰ সীমা নির্ধাৰণৰ চূড়ান্ত তালিক...