August 26, 2024 6:44 PM

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন জিলাকেইখন হৈছে জানছকাৰ, ড্ৰাছ, শাম, নোব্ৰা আৰু চাংথাং। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰি কয় যে প্রধানমন্ত্ৰী মোদীৰ উন্নত আৰু সমৃদ্ধিশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৫খন নতুন জিলা গঠনৰ বাবে গৃহ মন্ত্ৰ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন জিলা সমূহে প্ৰতিটো কোণৰে শাসন ব্যৱস্থা শক্তিশালী কৰি জনসাধাৰণৰ বাবে নিৰ্ধাৰিত সুবি...

June 27, 2024 11:58 AM

চৰকাৰে ভাৰতক এখন ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে দৃঢ়ভাৱে কাম কৰি আছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি কয় যে চৰকাৰে ভাৰতক এখন ড্ৰাগছমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে দৃঢ়ভাৱে কাম কৰি আছে আৰু চৰকাৰ এই লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীশ্বাহে কয় যে চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত 'তলৰ পৰা ওপৰলৈ আৰু ওপৰৰ পৰা তললৈ পদ্ধতি'ৰ সৈতে সমন্বয়েৰে আগবাঢ়িছে। তেওঁ কয় যে ড্ৰাগছৰ বিৰুদ্ধে 'শূন্য সহনশীলতা' নীতিৰ অধীনত ড্ৰাগছ আসক্তি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছ কেৱল ব্যক্তিৰ বা...