September 24, 2024 12:09 PM

বিধানমণ্ডলৰ কাম-কাজ আৰু দক্ষতা বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিধানমণ্ডলৰ কামকাজ আৰু দক্ষতা বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত আৰম্ভ হোৱা কমনৱেলথ সংসদীয় সংস্থাৰ দুদিনীয়াকৈ অনুষ্ঠিত দশম ভাৰত আঞ্চলিক সন্মিলনত ভাষণ দি তেওঁ এইদৰে কয়। শ্ৰী বিৰলাই বিধানমণ্ডলসমূহক বিভিন্ন মঞ্চৰ মাধ্যমেৰে আলোচনা কৰি প্ৰযুক্তিৰ জৰিয়তে সমাজৰ শেষ ব্যক্তিজনেও যাতে কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। সাম্প্ৰতিক সময়ত প্ৰযুক্তি আৰু যোগাযোগৰ মাধ্যমসমূহ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অংশ হো...

August 11, 2024 11:24 AM

সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গুৰুত্ব আৰোপ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি সংসদত নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া দিক্‌দর্শন অনুষ্ঠানত ভাষণ দি অধ্যক্ষ গৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মৰ্যাদাৰ বিষয়ে আলোকপাত কৰি শ্ৰীবিৰলাই সদস্যসকলক গণতান্ত্ৰিক আচৰণৰ সৰ্বশ্ৰেষ্ঠ মান বর্তাই ৰাখিবলৈ আহ্বান জনাই। তেওঁ কয় যে, সাংসদসকলৰ কাৰ্য অকল ভাৰততে নহয় বৰং গোলকীয়ভাৱে পৰ্যবেক্ষণ কৰা হয় আৰু সাংসদসকলে...

July 14, 2024 8:25 PM

ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছেঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বিদেশত বাস কৰা ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছে। মস্কোত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে বিশেষ ভূমিকা ল'ব পাৰে। ৰাছিয়াত বাস কৰা ভাৰতীয় লোকসকলৰ অৱদান আৰু কৃতিত্বৰ জৰিয়তে ৰাছিয়াত ভাৰতৰ এক বিশেষ ভাৱমূৰ্তি গঢ়ি উঠিছে। ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰি ওম বিৰলাই কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ ব...

July 13, 2024 9:40 AM

কেইবাখনো দেশৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

● লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত, আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্রিকচ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্রতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মাজলিছি নমোয়াণ্ডাগনৰ অধ্যক্ষ জোকিৰ-জোদা মহম্মদ-তোহিৰ জোহিৰৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ওম বিৰলাই দুয়োখন দেশৰ মাজত গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু সংসদীয় বন্ধুত্ব গোট গঠনৰ জৰিয়তে সংসদীয় সহযোগিতা বৃদ্ধিৰ প্ৰয়...

June 25, 2024 8:47 PM

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাক প্ৰক্ষেপ বিজেপিৰ

বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্রার্থী হিচাপে বাচনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যর্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে কয় যে কেন্দ্রীয...

June 25, 2024 6:36 PM

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ওম বিৰলা

বিজেপিৰ জ্যেষ্ঠ নেতা ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যৰ্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত...

June 25, 2024 6:45 PM

লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ অব্যাহত

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাও নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ অব্যাহত আছে। আজি পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ এডভোকেট গোৱাল কাগড়াই হিন্দীত শপত লয়। আজি শপত গ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কংগ্ৰেছৰ বছৱ শোভা, বিজেপিৰ স্মিতা উদয় বাঘ, অনুপ সঞ্জয় ধোত্রেই, কংগ্ৰেছৰ বলৱন্ত বাসৱন্ত ৱানখেড়ে, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ অমৰ শৰদৰাৱ কালে, কংগ্ৰেছৰ শ্যাম কুমাৰ দৌলত বাৰৱে, শিৱসেনাৰ ড° শ্রীকান্ত একনাথ সিন্দে, নৰেশ গণপত মহস্কে আৰু অন্যান্যসকলে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে কালি মুঠ ২...

May 28, 2024 8:06 PM

বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাবঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে, বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন দিল্লীত আজি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবিৰলাই নিজৰ ৫ বছৰীয়া কাৰ্যকালৰ কথা স্মৰণ কৰি কয় যে, এই বিধেয়কসমূহে দেশক আগুৱাই লৈ যাব আৰু ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। তেওঁ কয় যে, সপ্তদশ লোকসভাৰ সময়ছোৱাত হোৱা আলোচনা আৰু বিতৰ্কই ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনা হিচাপে কাম কৰিব । লোকসভাৰ অধ্য...