July 14, 2024 8:33 PM

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ মুকলি

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ আজি বিয়লি মুকলি কৰা হয়। এটা বিশেষ গোটে ৰত্ন ভাণ্ডাৰ মুকলি কৰে। উল্লেখযোগ্য যে ১৯৮৫ চনত অন্তিমবাৰৰ বাবে এই ভাণ্ডাৰ মুকলি কৰা হৈছিল । ৰাজ্য চৰকাৰে জাৰি কৰা মানসম্পন্ন পৰিচালনা বিধি অনুসৰি ৰত্ন ভাণ্ডাৰ মুকলি কৰা হয়। ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয়। শ্রী জগন্নাথ মন্দিৰৰ আ-অলংকাৰসমূহ থকা বিশেষ বাকচসমূহ ৰখাৰ বাবে এটা অস্থায়ী কোঠাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ৰত্ন ভাণ্ডাৰৰ বিস্তৃত সূচী প্ৰস্তুত ...