May 31, 2024 12:27 PM
আজি বিশ্ব ধঁপাত বিৰোধী দিৱস
আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তথ্য অনুসৰি যোৱা ৫ বছৰত ৰাজ্যত এক লাখ ৯৪ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে এক লাখ ১৪ হাজাৰ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰালয়ৰ মতে অসমত কৰ্কট আক্রান্ত ৰোগীৰ ভিতৰত ৪৮ শতাংশই ধঁপাত সেৱন কৰে। সেয়ে ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই ধঁপাত বিৰোধী দিৱস অসমতো পালন কৰা হৈছে। এই দিৱস উপলক্ষে ডাঃ বি বৰুৱা কৰ্কট ...