April 15, 2024 8:00 PM
পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন কৰ্মশালাত
ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAIএ আজি নতুন দিল্লীত পৰিৱেশ অনুকূল প্রশমন ব্যৱস্থাকে ধৰি পৰিৱেশ আৰু অৰণ্য ৰক্ষা বিষয়ক এখন দিনজোৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে - পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন কৰা। কৰ্মশালাত সমগ্ৰ দেশতে পৰিৱেশ অনুকূল ঘাইপথ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ বাবে প্রশমন ৰণনীতি বিষয়ক বিভিন্ন বিষয় লৈ আলোচনা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত NHAIৰ অধ্যক্ষ সন্তোষ কুমাৰ যাদৱে বহনক্ষম আন্ত...