July 3, 2024 1:12 PM
ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ স্ব-মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ জুলাই
শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষাৰ সাক্ষৰতা বিভাগে প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস উপলক্ষে প্ৰদান কৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে এই বছৰো যোগ্য শিক্ষকৰ পৰা অনলাইন যোগে স্ব-মনোনয়ন বিচৰা হৈছে। অহা ২৭ জুনৰ পৰা শিক্ষা মন্ত্ৰ্যালয়ৰ পোৰ্টেলৰ জৰিয়তে যোগ্য শিক্ষকসকলে স্ব-মনোনয়ন দাখিল কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ জুলাই। শিক্ষা মন্ত্র্যালয়ে এটা বিবৃতি যোগে সদৰী কৰা তথ্য অনুসৰি এইবাৰ জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় মুঠ তিনিটা পৰ্যায়ত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে ৫০ গৰাকী শিক্ষকক বা...