August 6, 2024 1:25 PM

ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্রতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কালিৰ দিনটো শিক্ষণ-শিকন সামগ্ৰীৰ দিন, আজি এফ এল এন দিন, কাইলৈ ক্ৰীড়া দিন, পৰহিলৈ সাংস্কৃতিক দিন, ৯ আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, ১০ আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু ১১ আগষ্টৰ দিনটো সম্প্রদায় জড়িতকৰণ দিন হিচাপে পা...

August 5, 2024 12:24 PM

ৰাজ্যত আজিৰে পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপুর্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত আজিৰে পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্রতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আজিৰ দিনটো শিক্ষণ-শিকন সামগ্ৰীৰ দিন, কাইলৈ এফ এল এন দিন, পৰহিলৈ ক্ৰীড়া দিন, ৮ আগষ্টত সাংস্কৃতিক দিন, ৯ আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, ১০ আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু ১১ আগষ্টৰ দিনটো সম্প্রদায় জড়িতকৰণ দিন হিচাপে...