April 3, 2024 8:52 PM
বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছেঃ মোদী
♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছে। তেওঁ লগতে দলীয় কর্মীসকলক সকলো পুৰণি নির্বাচনী অভিলেখ ভংগ কৰাৰ সংকল্পৰে কাম কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে আজি নমো এপৰ জৰিয়তে ডিজিটীয় ৰেলীক সম্বোধন কৰি এইদৰে আহ্বান জনায়। Read Now : গ্ৰীষ্মকালত হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ বৈঠক মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰি...