April 9, 2024 11:51 AM
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সম্প্রতি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন নতুন ভাৰতৰ সর্ববৃহৎ সফলতাৰ কাহিনী হিচাপে চিহ্নিত হৈছে। তেওঁ লগতে কয় যে , যোৱা পাঁচ বছৰত অঞ্চলটোৰ উন্নয়নৰ বাবে কৰা বিনিয়োগ কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ শাসনৰ সময়ত আবণ্টন দিয়া ধনৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। এখন বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱাটো দশকত অঞ্চলটোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যি ধৰণে উন্নয়ন হৈছে, সি উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে। তেওঁ কয় যে, মণিপুৰত দেশৰ প্রথমখন ক্রীড়া ...