September 25, 2024 12:33 PM

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱা উপলক্ষে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কৈছে যে যুৱক-যুৱতীসকলক নতুন চাকৰি লাভ কৰাৰ লগতে অতিৰিক্ত আয়ৰ উৎস সৃষ্টিৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে গঢ়ি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। উল্লেখযোগ্য যে তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰে প্ৰধানমন্ত্ৰী পুঁজিৰ অধীনত দক্ষতা বিকাশ তথা নিয়োগ সৃষ্টিৰ বাবে ২ লাখ কোটি টকা ঘোষণ...

September 19, 2024 6:59 PM

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ, কৃষকৰ জীৱন-জীৱিকাৰ উন্নতিৰ বাবে ১৪,২০০ কোটি টকা আবণ্টন

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে বিকশিত ভাৰতৰ বাবে সমৃদ্ধিশালী কৃষক মূলমন্ত্ৰ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আমাৰ কৃষকসকলক কেৱল খাদ্য যোগানকাৰীয়েই নহয় দেশৰ বাবে শক্তি আৰু সাৰ যোগানকাৰী হিচাপে পৰিণত কৰাৰ প্ৰতিও তেওঁৰ চৰকাৰখন উৎসর্গিত। উল্লেখযোগ্য যে দেশৰ কৃষকসকলৰ উন্নয়ন সাধনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কৃষি উদ্ভাৱনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যৰে কৃষি আন্তঃগাঁথনি বৃদ্ধ...