September 21, 2024 9:27 PM

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্রীসভাই বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নয়ন আঁচনিৰ ৰূপায়ণ অব্যাহত ৰখাৰ বাবে ২৬০০ কোটিৰো অধিক ধন ব্যয়ত অনুমোদন জনাইছিল। আঁচনিখনত বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নয়নৰ লগতে হস্তী সংৰক্ষণ প্ৰকল্প আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পও অন্তর্ভুক্ত হৈছে। মন্ত্ৰালয়ে প্রকাশ কৰা মতে, এই আঁচনিৰ অধীনত কমেও ৫০ লাখ কৰ্ম দিন সৃষ্টিৰে জীৱিকা উপাৰ্জনৰ সুযোগ ...