July 9, 2024 8:52 PM
গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শক্তি মন্ত্ৰীৰ পর্যালোচনা বৈঠক
কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰৰ অধ্যক্ষতাত আজি গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমৰ লগতে অসমৰ শক্তি মন্ত্রী নন্দিতা গালোচা উপস্থিত থকা এই পর্যালোচনা বৈঠকত শক্তিৰ বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয়। পর্যালোচনা বৈঠকত অন্তত কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰীখট্টৰে সংবাদমাধ্যমক কয় যে, উত্তৰ-পূবত শক্তি আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে। বৈঠকত গুৱাহাটী স্মার্ট চিটী প্রকল্প সন্দৰ্ভত আলোচনা হোৱা বুলিও তেওঁ মন্তব্য কৰে। তেও...