August 2, 2024 4:44 PM

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে

♦ কেৰালাৰ ৱাইনাডত সংঘটিত ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি এই শোকাবহ দুৰ্ঘটনাত এতিয়ালৈ ৩০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জিলাখনত স্থাপন কৰা ৯১ টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৱাইনাডত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। সেনা জোৱান, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চসমূহ পর্যবেক্ষণ কৰি আছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ পাড়াৱেট্টিকুন্নু এলেকাত এগৰাকী মহিলাকে ধৰি চাৰিজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। ভাৰতীয় ...

August 2, 2024 8:04 AM

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি

● কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১৮৭ লোক বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু ১০৭ জন লোক সন্ধানহীন হৈ আছে। অঞ্চলটোত স্থাপন কৰা ৭০টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।

July 31, 2024 7:38 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্রাপ্ত ১৮৬ জন লোকক বিভিন্ন হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বোকাত পোত খাই থকা মৃতদেহ উদ্ধাৰ বাবে আৰক্ষীৰ স্নিফাৰ ড°গ নিয়োগ কৰা হৈছে। অঞ্চলটোত কেইবাটাও উদ্ধাৰকাৰী দল আৰু আঞ্চলিক সেনা বেটেলিয়ন নিয়োগ কৰা হৈছে। ইপিনে মালাপ্পুৰাম জিলাৰ চালিয়াৰ নদীৰ পৰাও বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনত কালিৰ ভয়াৱহ ভূমিস্খলনত নদীৰ পানীয়ে এই মৃতদেহসমূহ উটুৱাই লৈ যায়। ভূমিস্খলনত প্ৰায় ২০০ জন লোক এতিয়াও সন্ধ...