July 26, 2024 6:48 PM
সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন
সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সশস্ত্র বাহিনীক কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সশস্ত্র বাহিনীৰ অসাধাৰণ শৌর্যক স্বীকাৰ কৰে। ১৯৯৯ চনত কাৰ্গিলৰ শিখৰত ভাৰত মাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰা বীৰ জোৱানসকলৰ প্ৰতি তেওঁ সন্মান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে...