April 6, 2024 12:24 PM
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মেচ
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে সাত বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, কালি নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাজিত কৰে। চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৬৫ ৰাণ সংগ্ৰহ কৰে। ১৬৬ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা চানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ১১টা বল বাকী থকা অৱস্থাতেই ৬ উইকেটৰ ...