April 9, 2024 6:36 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ

পাঞ্জাব কিংছ আজি চণ্ডিগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাইয়ে ১৭ অভ...

April 9, 2024 12:09 PM

আই পি এল ক্রিকেটত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ, আজিৰ খেল পাঞ্জাব কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি কলকাতাই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ শ্রেয়াছ আয়াৰে ৩২টা বলত সৰ্বাধিক ৩৪ ৰানৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ তুষাৰ দেশপাণ্ডে আৰু ৰবীন্দ্ৰ জাদেজাই ৩টাকৈ আৰু মুস্তাফিজুৰ ৰহমানে ২টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত চেন্নায়ে ১৪টা বল বাকী থকা অৱস্থাত এটা উইকেট হেৰুৱাই বিজয় লক্ষ্...

April 8, 2024 11:20 AM

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে, যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক ৩৩ ৰানত পৰাজিত কৰে। গুজৰাট টাইটানছে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৩০ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ছাই সুদৰ্শনে ৩১ ৰান কৰে। লক্ষ্ণৌ ছুপ...

April 7, 2024 1:18 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি  দেলহি কেপিটেলছ মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। ইয়াৰে বিয়লি চাৰে ৩ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন খেলত দেলহি কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আনহাতে সন্ধিয়া চাৰে ৭ বজাত লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। ইপিনে, ৰাজস্থান ৰয়েলছে যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৬ উইকেটত ...

April 5, 2024 6:26 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ vs ছানৰাইজাৰ্ছ হায়দাবাদ

♦আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব।

April 5, 2024 12:55 PM

বৃহস্নিপতিবাৰে নিশা আই পি এলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ হাতত ৩ উইকেটত পৰাস্ত

◊ পাঞ্জাব কিংছে যোৱানিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছক ৩ উইকেটত পৰাস্ত কৰে। পাঞ্জাবে ২০০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অ'ভাৰ আৰু ৫টা বলত ৭টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ শশাংক সিঙে ২৯টা বলত ৬১ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক শুভমন গীলৰ অপৰাজিত ৮৯ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৯৯ ৰান কৰে। পাঞ্জাবৰ হৈ কগিছ' ৰাব...

April 4, 2024 1:30 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS পাঞ্জাব কিংছ

♦ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে, কলকাতা নাইট ৰাইডার্হে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ১০৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৭২ ৰান কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩৯টা বলত ৮৫ ৰান আৰু অংকৃষ ৰঘুবংশীয়ে ২৭টা বলত ৫৪ ৰান কৰে। প্ৰত্যুত্তৰত লেহি কেপিট...

April 2, 2024 12:39 PM

আই পি এলঃ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। আনহাতে, ৰাজস্থান ৰয়েলছে কালি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰে। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'বঃ মুখ্য ...

April 1, 2024 12:34 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছৰ চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজাশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত কৰে। দেশহি কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া ১৯২ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰানহে কৰিবলৈ সক্ষম হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ আজিংক্য ৰাহানেই সৰ্বাধিক ৪৫ ৰান কৰাৰ বিপৰীতে এম এছ ধোনীয়ে ৩৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। দেলহি কেপিটেলছৰ হৈ মুকেশ কুমাৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে খলিল আহমেদে ৪ অ...