August 24, 2024 9:20 PM

ছত্তীশগড়ৰ ৰায়পুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বাঁওপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহৰ আন্তঃৰাজ্যিক সমন্বয় সমিতিৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত দেশৰ বাঁওপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহত আন্তঃৰাজ্যিক সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে বাঁওপন্থী উগ্রবাদ প্রভাৱিত এলেকাসমূহৰ সুৰক্ষা তথা উন্নয়ন সম্পৰ্কীয় বিষয়ৰ পৰ্যালোচনা চলায়। ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছায়, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়, ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা এই বৈঠকত উপস্থিত থাকে। ছত্তিশগড়, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্রদেশ, অন্ধ্রপ্র...