June 17, 2024 12:01 PM
টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত পাকিস্তানৰ হাতত আয়াৰলেণ্ড তিনি উইকেটত পৰাস্ত
টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ ফ্ল'ৰিডাত কালি নিশা অনুষ্ঠিত এখন খেলত পাকিস্তানে আয়াৰলেণ্ডক তিনি উইকেটত পৰাস্ত কৰে। ১০৭ ৰানৰ লক্ষ্য সমুখত লৈ পাকিস্তানে ১৮ অভাৰ ৫ টা বলত ৭টা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজমে ৩২ ৰান কৰি অপৰাজিত হৈ ৰয়। আয়াৰলেণ্ডৰ হৈ বেৰী মেককাৰ্থীয়ে ৩টা আৰু কাৰ্টিছ কেম্পাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক আডাইৰ আৰু বেঞ্জামিন হোৱাইটে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। প্রথমে বেটিং কৰি আয়াৰলেণ্ডে ...