June 7, 2024 11:52 AM

টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত নামিবিয়াৰ বিৰুদ্ধে স্কটলেণ্ডৰ জয়লাভ

স্কটলেণ্ডে আজি বাৰ্ব্বাডোজৰ ব্ৰীজটাউনত অনুষ্ঠিত টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নামিবিয়াক ৫ উইকেটত পৰাস্ত কৰিছে। স্কটলেণ্ডে ১৫৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু তিনিটা বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নামিবিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৫ ৰান কৰে। ইপিনে, আয়োজক দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই কালি ডলাছত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত পূৰ্বৰ চেম্পিয়ন পাকিস্তানক ৫ ৰানত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ ...