August 1, 2024 12:55 PM

৬ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্রকাশ

সমগ্র শিক্ষা অভিযানে অহা বৰ্ষৰ ৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্রকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ দৰে ৬ জানুৱাৰীতে আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৪ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৫-ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৭,...

July 31, 2024 7:25 PM

অহা বছৰৰ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ

সমগ্ৰ শিক্ষা অভিযানে অহা বছৰৰ ৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ কৰিছে। এই কাৰ্যসূচী ৬ জানুৱাৰীত আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৪ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হোৱাৰ বিপৰীতে ৫-ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন হ'ব। আন এটা সংশোধনী অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ...