September 19, 2024 9:04 PM

দেশৰ উদ্ভাৱন, বহনক্ষমতা, খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে চৰকাৰ বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে দেশৰ উদ্ভাৱন, বহনক্ষমতা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৪ দিনীয়াকৈ অনুষ্ঠিত ৱর্ল্ড ফুড ইণ্ডিয়া ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' বার্তাযোগে প্রধানমন্ত্রীয়ে আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতৰ বিচিত্ৰ আৰু সমৃদ্ধ খাদ্য সংস্কৃতি আছে আৰু দেশৰ কৃষকসকল খাদ্য ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ। তেওঁ কয় যে চৰকাৰে কৃষকসকলক উদ্ভাৱনমূলক নীতি আৰু গুৰুত্ব সহকাৰে আঁচনি ৰূপায়ণৰ দ্বাৰা সহায় কৰি আ...