September 10, 2024 8:55 PM

চাইবাৰ সুৰক্ষাৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ অবিচ্ছেদ্য অংগঃ গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চাইবাৰ সুৰক্ষাৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰিছে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰত চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ৫ হাজাৰ চাইবাৰ কমাণ্ডোক প্রশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আই ফ'ৰ চিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চাইবাৰ সুৰক্ষা ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত বৃহৎ প্ৰত্য...