August 13, 2024 1:19 PM
নেচনেল ইন্ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত আই আই টি গুৱাহাটীৰ সামগ্ৰিক শাখাত নৱম স্থান লাভ
■ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইন্ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ কৰা তালিকাত অসমৰ শিক্ষানুষ্ঠানসমূহে আশানুৰূপ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এইক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে সামগ্ৰিক শাখাত নৱম স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ৫৭ সংখ্যক স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে বিগত বৰ্ষৰ ৮৮ সংখ্যক স্থানৰ পৰা ৫৭ সংখ্যক স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শাখাত ত্ৰয়োদশ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যাল...