May 8, 2024 11:53 AM

আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। বৈষ্ণৱ ধৰ্ম তথা সত্ৰ সংস্কৃতিৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত এই তিথি পালন কৰিবলৈ লোৱা হৈছে। মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত ৭ দিনীয়াকৈ কীর্তন মহোৎসৱ পালন কৰা হৈছে।