May 16, 2024 11:14 AM

গুজৰাটৰ প্ৰাক্তন ৰাজ্যপাল ড° কমলা বেনিৱালৰ মৃত্যুত উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা গুজৰাটৰ প্ৰাক্তন ৰাজ্যপাল ড° কমলা বেনিৱালৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীধনখড়ে ড° বেনিৱালক এগৰাকী দক্ষ প্রশাসক আৰু মহিলা সবলীকৰণৰ উদাহৰণ বুলি অভিহিত কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবার্তাত কয় যে ৰাজস্থানৰ ৰাজনীতিত তেওঁৰ উল্লেখযোগ্য বৰঙণি আছে। ড° বেনিৱালৰ মৃত্যুত ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্র, মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্রী অশ...