July 15, 2024 8:02 PM
৪১ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান ৰাজ্য চৰকাৰৰ
ৰাজ্য চৰকাৰে আজি এক লাখ নিযুক্তি প্ৰদানৰ অংশ হিচাপে ৪১ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্র বিতৰণ কৰে। লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী যোগ্য প্রার্থীক নিযুক্তি প্ৰদান কৰে। এই নিযুক্তি প্ৰদানৰ ফলত এইপ র্যন্ত ৯৭ হাজাৰ ৪৯৫টা পদত নিযুক্তি সম্পূর্ণ হয়। আনহাতে, অহা বছৰৰ এপ্ৰিল ...