May 23, 2024 12:35 PM

অনুশীলন চাইবাৰ সুৰক্ষা ২০২৪ শীৰ্ষক অনুষ্ঠানত জেনেৰেল অনিল চৌহানৰ অংশগ্ৰহণ

চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে দেশৰ চাইবাৰ প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। জেনেৰেল চৌহানে কালি নতুন দিল্লীত আয়োজিত অনুশীলন চাইবাৰ সুৰক্ষা ২০২৪ শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মত প্ৰকাশ কৰে। অনুষ্ঠানত তেওঁ চাইবাৰ ক্ষেত্ৰৰ সৈতে জড়িত সকলো পক্ষৰ একত্ৰীকৰণত গুৰুত্ব আৰোপ কৰে আৰু উদীয়মান চাইবাৰ ভাবুকিৰ সন্মুখীন হোৱাৰ বাবে এটা সহযোগিতামূলক বাতাবৰণৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা উদ্যমসমূহৰ ভূয়সী প্রশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে প্ৰতিৰক্ষা চাইবাৰ ...