August 26, 2024 9:06 PM
কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ অনুসন্ধান অব্যাহত
কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। সংস্থাটোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত এই সনন্দৰ্ভত অনুসন্ধান বাহাল ৰখাৰ লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ফৰেনছিক বিভাগৰ দেৱাশিষ সোমকে ধৰি কেইবাগৰাকীও লোকক জেৰা কৰি আছে। চি বি আইয়ে এই সন্দৰ্ভত কালি ১৫টা স্থানত অনুসন্ধান চলায়। ইপিনে পশ্চিমবংগৰ সকলো চৰকাৰী চিকিৎসা মহাবিদ্যালয় তথা চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত কনিষ্ঠ চিকিৎসকসকলে প্রতিবাদ অব্যাহত ৰাখি...