September 7, 2024 7:52 PM

বঙাইগাঁও জিলা আয়ুক্তৰ সভাপতিত্বত বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভা অনুষ্ঠিত

বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্তেম্বৰ মাহৰ সভাখন আজি জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়াভাৱে কৰিবলগীয়া জলজীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আদিৰ কামসমূহ উভয় বিভাগক সমন্বয়ৰে কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাত জিলা পশুপালন বিষয়াক জিলাখনৰ মূলাগাঁও আৰু আটুগাঁৱত প্ৰথম পৰ্যায়ৰ ইগ ভিলেজ হিচাপে গঢ়ি তোলাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ কয়। তদুপৰি জিলাখনক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো বিভাগকে দক্ষতাৰে কাম কৰ...

July 26, 2024 6:40 PM

বঙাইগাওঁত জিলা আয়ুক্ত সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নৱদ্বীপ পাঠক সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। সভাত ৰাজ্যপালগৰাকীয়ে কয় যে সকলো চৰকাৰী বিষয়ববীয়াই যিহেতু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ মনোনিৱেশ কৰিছে, গতিকে সকলো বিভাগৰ বিষয়াই জনসাধাৰণক যথাসম্ভৱ সেৱা আগবঢ়াব লাগে। কৃষি, শিক্ষা, পৰিবহন, স্বাস্থ্য সকলো ক্ষেত্ৰতে জনসাধাৰণৰ কল্যাণৰ বাবে বিভাগীয় বিষয়াসকল দায়বদ্ধ হব লাগে বুলি শ্ৰ...