June 9, 2024 8:39 PM

ৰাজ্যজুৰি বীৰ পুৰুষ বীৰচা মুণ্ডাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন

আদিবাসীসকলৰ বীৰ পুৰুষ বীৰচা মুণ্ডাৰ আজি মৃত্যু তিথি। প্রবাদপ্রতীম জনজাতীয় নেতাজনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি বীৰচা মুণ্ডাৰ মাতৃভূমিৰ হৈ ব্ৰিটিচ অপশাসনৰ বিৰোধী স্থিতিক স্মৰণ কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যজুৰি বীৰ পুৰুষজনৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হয়। তিনিচুকীয়াত বিপ্লৱী নেতাগৰাকীক সুঁৱৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশ আৰু অধিকাৰৰ হকে অহোপুৰুষাৰ্থ কৰা স্বাধীনতা সংগ্ৰামীজ...