September 7, 2024 12:33 PM
ড’নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় স্থগিত
আমেৰিকাত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় নৱেম্বৰত হ'বলগীয়া নিৰ্বাচনলৈকে স্থগিত ৰখা হৈছে। ন্যায়াধীশ জুয়ান মাৰ্চানে ৫ নৱেম্বৰত হবলগীয়া নিৰ্বাচনৰ ৩ সপ্তাহৰ পাছলৈ শাস্তি ঘোষণাৰ সময় পিছুৱাই দিছে। আদালতে ১৮ ছেপ্টেম্বৰত শাস্তি ঘোষণা কৰাৰ কথা আছিল যদিও এই প্রক্রিয়াক বিলম্ব ঘটাবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ অধিবক্তাই কেইবাটাও আইনী কৌশল ব্যৱহাৰ কৰিছে। ট্রাম্পক নিউয়র্কত যোৱা মে' মাহত ব্যৱসায়িক কেলেংকাৰী...