উত্তৰাখন্ড

August 4, 2024 6:00 PM

বৰ্তমানলৈকে ৪ লাখ ৯০ হাজাৰৰো অধিক তীর্থযাত্ৰীৰ পবিত্র অমৰনাথ গুহা দৰ্শন

বৰ্তমানলৈকে ৪ লাখ ৯০ হাজাৰৰো অধিক তীর্থযাত্ৰীয়ে পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, ১,১১২ গৰাকী তীর্থযাত্ৰীৰ ৩৮ সংখ্যক দলটো আজি ভগৱতী নগৰ যাত্ৰী নিৱাস মূল শিবিৰৰ পৰা ৰাওনা হয়। দলটোত ৯১০ গৰাকী পুৰুষ, ১৫৯ গৰাকী মহিলা, ৩১ গৰাকী সাধু আৰু ১২ গৰাকী সাধবী আছে। ইয়াৰ ভিতৰত ২৪০ গৰাকী...

July 21, 2024 6:50 PM

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত ভূমিস্খলনত ৩ জন তীর্থযাত্ৰীৰ প্ৰাণহানি

উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰা পথত চিৰোৱাছাৰ সমীপত আজি পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত ৩ জন তীর্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু অন্য ৩ জন আহত হৈছে। যাত্ৰীকেইগৰাকী গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ গৈ থকা অৱস্থাত ভূমিস্খলনৰ বলি হয়। নিহতসকলৰ ভিতৰত দুজন মহাৰাষ্ট্ৰৰ আৰু এজন স্থানীয় বাসিন্দা বুলি কোৱ...

July 7, 2024 6:22 PM

উত্তৰাখণ্ডৰ গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি

উত্তৰাখণ্ডৰ ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে আজি গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত অতি প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বিভাগৰ তথ্য অনুসৰি বহু ঠাইত প্ৰবলৰ পৰা অতি প্রবল বৰষুণৰ সম্ভাৱনা আছে। কুমাওৰ বিচ্চিন্ন অঞ্চলত অত্যন্ত প্রচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি চামলি আৰু পৌৰী জিলাত প্ৰবলৰ পৰা...

July 7, 2024 12:16 PM

প্রবল বৃষ্টিপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰ ধাম যাত্ৰা আজি স্থগিত

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা মুষলধাৰ বৰষুণৰ সতর্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰ ধাম যাত্ৰা আজি স্থগিত ৰখা হৈছে। পৰহি সন্ধিয়া গড়ৱাল সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰি মন্দিৰ অভিমুখী তীর্থযাত্রীসকলক আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু য'ত আছে...

April 15, 2024 6:44 PM

অমৰনাথ বাৰ্ষিক যাত্ৰা ২৯ জুনত আৰম্ভ

জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথ জীৰ বাৰ্ষিক যাত্ৰা অহা ২৯ জুনৰ পৰা আৰম্ভ হৈ ১৯ আগষ্টত সামৰণি পৰিব। শ্ৰী অমৰনাথ মন্দিৰ পৰিষদে ঘোষণা কৰিছে যে, ৫২ দিনীয়া এই তীর্থ যাত্ৰাৰ পঞ্জীয়ন আজিৰে পৰা মুকলি কৰা হৈছে। বাৰ্ষিক অমৰনাথ যাত্ৰা দুটা পথেৰে কৰিব পাৰিব । এই পথ দুটা হ'ল- অনন্তনা...

April 8, 2024 5:30 PM

উত্তৰাখণ্ডত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পাঁচোখন লোকসভা আসনৰ বাবে নিৰ্বাচন

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত উত্তৰাখণ্ডৰ পাঁচোখন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা গড়ৱাল লোকসভা আসনখনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।