September 4, 2024 7:50 PM
পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ’ৱাৰ শচীন খিলাৰীৰ ৰূপৰ পদক অৰ্জন
পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ'ৱাৰ শচীন খিলাৰীয়ে পুৰুষৰ শ্বটপুট এফ -46 ফাইনেলত ১৬ দশমিক ৩-২ মিটাৰ থ্ৰ'ৰে ৰূপৰ পদক লাভ কৰে। শুটিঙত ৰুদ্ৰাংশ খান্দেলৱাল আৰু নিহাল সিং মিক্সড ৫০ মিটাৰ পিষ্টল SH-11 ইভেণ্টত ব্যর্থ হয়। নিহালে ১৯নম্বৰ স্থান দখল কৰাৰ বিপৰীতে ৰুদ্ৰাংশে ২২ নম্বৰ স্থান দখল কৰে। পেৰা টেব...